দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰঃ সাহিত্য চয়নিকা
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে SEBA ৰ নতুন পাঠ্যক্ৰম অনুসৰি (2025-2026) দশম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্ন উত্তৰসমূহৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰয়জনীয় অসমীয়া ব্যাকৰণৰ প্ৰশ্ন উত্তৰ দিয়া হৈছে । ইয়াৰ দ্বাৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হব বুলি আশা কৰিলো ।

দশম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰম 2025-2026
Group-A : বাধ্যতামূলক
পদ্যাংশ
১. বৰগীতঃ মাধৱদেৱ
২. জিকিৰ
৩. প্ৰশস্তি
৪. মই অসমীয়া
৫. দৃশ্যান্তৰ
গদ্যাংশ
৬. উদ্যোগী হওঁ আহাঁ
৭. ভাৰতীয় সংস্কৃতি
৮. অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
৯. ইণ্টাৰনেটৰ তিতা-মিঠা
১০.অৰুণিমা সিনহা
১১.অৰণ্য যাত্ৰা
১২.পাৰস্যত এভুমুকি
অসমীয়া ব্যাকৰণ
Group-B : বৈকল্পিক
পদ্যাংশ
১৩. কানাইৰ চাতুৰী
১৪. ধৰ ঝাড়ু ধৰ ভাই
গদ্যাংশ
১৫.বিষাদ যোগ
১৬.প্ৰাচীন ভাৰতীয় শিক্ষা
Related Topics
- দশম শ্ৰেণীৰ ইংৰাজী
- দশম শ্ৰেণীৰ গণিত
- দশম শ্ৰেণীৰ সমাজ
- দশম শ্ৰেণীৰ বিজ্ঞান