SEBA Class 9 Maths Exercise 1.3 Solutions:
In this article, we have provided detailed, step-by-step solutions of SEBA Class 9 Maths Excercise 1.3 for Assamese Medium students.

Important Notes: SEBA Class 9 Maths Exercise 1.3
**দশমিক বিস্তৃতি পৰিসমাপ্তঃ- \(\frac{p}{q}\) (q ≠ 0) আৰ্হিৰ সংখ্যা এটাৰ p ক q ৰে হৰণ কৰিলে যদি ভাগশেষ শূণ্য হয়, তেন্তে এই ধৰণৰ সংখ্যা বিলাকৰ দশমিক বিস্তৃতিক পৰিসমাপ্ত (terminating) বুলি কোৱা হয়। উদাহৰণস্বৰূপে- \(\frac{7}{8}\) = 0.875 , \(\frac{1}{2}\) = 0.5 ইত্যাদি।
**দশমিক বিস্তৃতি অপৰিসমাপ্তঃ- \(\frac{p}{q}\) (q ≠ 0) আৰ্হিৰ সংখ্যা এটাৰ p ক q ৰে হৰণ কৰিলে যদি ভাগশেষ কেতিয়াও শূণ্য নহয়, তেন্তে এই ধৰণৰ সংখ্যা বিলাকৰ দশমিক বিস্তৃতিক অবিৰত পৌনঃপুনিক (অপৰিসমাপ্ত) (non-terminating recurring) বুলি কোৱা হয়। উদাহৰণস্বৰূপে- \(\frac{1}{3}\) = 0.3333….., \(\frac{1}{7}\) = 0.142857142857142857……… ইত্যাদি।
**যদি এটা সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্ত্তিত, তেনেহ’লে সেই সংখ্যাটো পৰিমেয়।
**এটা সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাৱৰ্তিত তেনেহ’লে সেই সংখ্যাটো অপৰিমেয় ।
Class 9 Maths – Number System Solutions Assamese Medium:
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.1
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.2
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.3
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.4
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.5
- সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.6
- Multiple Choice Questions (MCQ)
সংখ্যা প্ৰণালী নৱম শ্ৰেণী অনুশীলনী 1.3 সমাধানঃ
SEBA Class 9 Maths Exercise 1.3 Q1:
তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা-
(i) \(\frac{36}{100} \)
সমাধানঃ
\(\frac{36}{100} \) \(= \) 0.36, দশমিক বিস্তৃতি পৰিসমাপ্ত ।
(ii) \(\frac{1}{11} \)
সমাধানঃ
\(\frac{1}{11} \) \( = \) 0.0909……
\(= \) \(0.\overline{09}\)
যিহেতু, ভাগশেষ পুণৰাবৃত্তি ঘটিছে, গতিকে দশমিক বিস্তৃতি অবিৰত পৌনঃপুনিক ।

(iii) \(4\frac{1}{8} \)
সমাধানঃ
\(4\frac{1}{8} \) \(= \) \(\frac{33}{8} \)
\(= 4.125 \)
যিহেতু ভাগশেষ 0, গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত।

(iv) \(\frac{3}{13} \)
সমাধানঃ
\(\frac{3}{13} \) \(= \) 0.230769…..
\(=\) \(0.\overline{230769}\)
যিহেতু ভাগশেষ পুণৰাবৃত্তি ঘটিছে, গতিকে দশমিক বিস্তৃতি অবিৰত পৌনঃপুনিক ।

(v) \(\frac{2}{11} \)
সমাধানঃ
\(\frac{2}{11} \) \(= \) 0.181818…….
\(=\) \(0.\overline{18}\)
যিহেতু ভাগশেষ পুণৰাবৃত্তি ঘটিছে, গতিকে দশমিক বিস্তৃতি অবিৰত পৌনঃপুনিক ।

(vi) \(\frac{329}{400} \)
সমাধানঃ
\(\frac{329}{400} \) \(= \) 0.8225
যিহেতু ভাগশেষ 0, গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত।

SEBA Class 9 Maths Exercise 1.3 Q2:
তোমালোকে জানা যে \(\frac{1}{7} \) \(= \)\(0.\overline{142857}\) । দীঘলীয়া হৰণ নকৰাকৈ \(\frac{2}{7} \), \(\frac{3}{7} \), \(\frac{4}{7} \), \(\frac{5}{7} \),\(\frac{6}{7} \) ৰ দশমিক বিস্তৃতি কি হ’ব ধাৰণা কৰিব পাৰিনে ? যদি পাৰিবা, কেনেকৈ ?
(ইংগিতঃ \(\frac{1}{7} \) ৰ মান উলিয়াওঁতে পোৱা ভাগশেষবোৰ লক্ষ্য কৰা)
সমাধানঃ
দিয়া আছে, \(\frac{1}{7} \) \(= \)\(0.\overline{142857}\)
এতিয়া, \(\frac{2}{7} \) \(= 2 × \) \(\frac{1}{7} \)
\(= 2 × \) \(0.\overline{142857}\)
\(= \) \(0.\overline{285714}\)
\(\frac{3}{7} \) \(= 3 × \) \(\frac{1}{7} \)
\(= 3 × \) \(0.\overline{142857}\)
\(= \) \(0.\overline{428571}\)
\(\frac{4}{7} \) \(= 4 × \) \(\frac{1}{7} \)
\(= 4 × \) \(0.\overline{142857}\)
\(= \) \(0.\overline{571428}\)
\(\frac{5}{7} \) \(= 5 × \) \(\frac{1}{7} \)
\(= 5 × \) \(0.\overline{142857}\)
\(= \) \(0.\overline{714285}\)
\(\frac{6}{7} \) \(= 6 × \) \(\frac{1}{7} \)
\(= 6 × \) \(0.\overline{142857}\)
\(= \) \(0.\overline{857142}\)
SEBA Class 9 Maths Exercise 1.3 Q3.
তলত দিয়াবালাক \(\frac{p}{q} \) আৰ্হিত প্ৰকাশ কৰা, য’ত p আৰু q অখণ্ড সংখ্যা আৰু \(q ≠ 0 \) ।
(i) \(0.\overline{6}\)
সমাধানঃ
ধৰা হ’ল,
\(x = 0.\overline{6}\) ——›(1)
⇒ \(10 \times x = 10\times 0.\overline{6}\)
⇒ \(10x = 6.\overline{6}\)
⇒ \(10x = 6 + 0.\overline{6}\)
⇒ \(10x = 6 + x\) [from (1)]
⇒ \(10x \ – \ x = 6 \)
⇒ \(9x = 6 \)
⇒ \(x = \frac{6}{9}\)
⇒ \(x = \frac{2}{3}\)
(ii) \(0.4\overline{7}\)
সমাধানঃ
ধৰা হ’ল,
\(x = 0.4\overline{7}\) ——›(1)
⇒ \(10 \times x = 10\times 0.4\overline{7}\)
⇒ \(10x = 4.\overline{7}\)
⇒ \(10x = 4.3 + 0.4\overline{7}\)
⇒ \(10x = 4.3 + x\) [from (1)]
⇒ \(10x \ – \ x = 4.3 \)
⇒ \(9x = 4.3 \)
⇒ \(x = \frac{4.3}{9}\)
⇒ \(x = \frac{43}{90}\)
(iii) \(0.\overline{001}\)
সমাধানঃ
ধৰা হ’ল,
\(x = 0.\overline{001}\) ——›(1)
⇒ \(1000 \times x = 1000\times 0.\overline{001}\)
⇒ \(1000x = 1.\overline{001}\)
⇒ \(1000x = 1 + 0.\overline{001}\)
⇒ \(1000x = 1 + x\) [from (1)]
⇒ \(1000x \ – \ x = 1 \)
⇒ \(999x = 1 \)
⇒ \(x = \frac{1}{999}\)
(iv) \(0.\overline{54}\)
সমাধানঃ
ধৰা হ’ল,
\(x = 0.\overline{54}\) ——›(1)
⇒ \(100 \times x = 100\times 0.\overline{54}\)
⇒ \(100x = 54.\overline{54}\)
⇒ \(100x = 54 + 0.\overline{54}\)
⇒ \(100x = 54 + x\) [from (1)]
⇒ \(100x \ – \ x = 54 \)
⇒ \(99x = 54 \)
⇒ \(x = \frac{54}{99}\)
⇒ \(x = \frac{6}{11}\)
(v) \(0.5\overline{9}\)
সমাধানঃ
ধৰা হ’ল,
\(x = 0.5\overline{9}\) ——›(1)
⇒ \(10 \times x = 10\times 0.5\overline{9}\)
⇒ \(10x = 5.\overline{9}\)
⇒ \(10x = 5.4 + 0.5\overline{9}\)
⇒ \(10x = 5.4 + x\) [from (1)]
⇒ \(10x \ – \ x = 5.4 \)
⇒ \(9x = 5.4 \)
⇒ \(x = \frac{5.4}{9}\)
⇒ \(x = \frac{54}{90}\)
⇒ \(x = \frac{3}{5}\)
(vi) \(0.3\overline{45}\)
সমাধানঃ
ধৰা হ’ল,
\(x = 0.3\overline{45}\)
⇒ \(x = 0.3454545……..\) ——›(1)
⇒ \(100 \times x = 100\times 0.3454545……\)
⇒ \(100x = 34.54545……….\)
⇒ \(100x = 34.2 + 0.3454545……..\)
⇒ \(100x = 34.2 + x\) [from (1)]
⇒ \(100x \ – \ x = 34.2 \)
⇒ \(99x = 34.2 \)
⇒ \(x = \frac{34.2}{99}\)
⇒ \(x = \frac{342}{990}\)
⇒ \(x = \frac{19}{55}\)
(vii) \(32.12\overline{35}\)
সমাধানঃ
ধৰা হ’ল,
\(x = 32.12\overline{35}\)
⇒ \(x = 32.12353535……\)
⇒ \(100 \times x = 100\times 32.12353535…..\)
⇒ \(100x = 3212.35353535……\) ——›(1)
⇒ \(100 \times 100x = 100 \times 3212.3535…..\)
⇒ \(10000x = 321235.3535….\) ——›(2)
এতিয়া, (2) − (1)⇒
10000x – 100x = 321235.3535….. – 3212.3535……
⇒ 9900x = 321235 – 3212
⇒ 9900x = 318023
⇒ x = \(\frac{318023}{9900}\)
(viii) \(0.3\overline{7}\)
সমাধানঃ
ধৰা হ’ল,
\(x = 0.3\overline{7}\) ——›(1)
⇒ \(10 \times x = 10\times 0.3\overline{7}\)
⇒ \(10x = 3.\overline{7}\)
⇒ \(10x = 3.4 + 0.3\overline{7}\)
⇒ \(10x = 3.4 + x\) [from (1)]
⇒ \(10x \ – \ x = 3.4 \)
⇒ \(9x = 3.4 \)
⇒ \(x = \frac{3.4}{9}\)
⇒ \(x = \frac{34}{90}\)
⇒ \(x = \frac{17}{45 }\)
SEBA Class 9 Maths Exercise 1.3 Q4.
0.99999……..ক \(\frac{p}{q}\) আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি ?
সমাধানঃ
ধৰা হ’ল, \( x = 0.99999…….\) →(i)
⇒ \(10 \times x = 10\times 0.99999……\)
⇒ \(10x = 9.9999……….\)
⇒ \(10x = 9 + 0.9999……..\)
⇒ \(10x = 9 + x\) [from (1)]
⇒ \(10x \ – \ x = 9 \)
⇒ \(9x = 9\)
⇒ \(x = \frac{9}{9}\)
⇒ \(x = 1\)
যিহেতু, 0.99999….. সংখ্যাটো 1 ৰ আটাইতকৈ ওচৰৰ সংখ্যা । গতিকে, আমি ক’ব পাৰো যে 0.99999….. = 1 ।
SEBA Class 9 Maths Exercise 1.3 Q5.
\(\frac{1}{17}\) ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্ত্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব ? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা ।
সমাধানঃ \(\frac{1}{17}\) ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্ত্তিত গোটটোত আটাইতকৈ বেছি 16 অংক থাকিব ।
\(\frac{1}{17}\) = \(0.\overline{0.0588235294117647}\)

SEBA Class 9 Maths Exercise 1.3 Q6.
যদি p আৰু q অখণ্ড সংখ্যা যাৰ 1 ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহ’লে \(\frac{p}{q}\) (q ≠ 0) আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা । q য়ে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে ?
সমাধানঃ তলত \(\frac{p}{q}\) আৰ্হিৰ কিছুমান পৰিমেয় সংখ্যা লোৱা হ’ল যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু p আৰু q ৰ সাধাৰণ উৎপাদক 1 –
\(\frac{3}{5}\) = 0.6, \(\frac{5}{2}\) = 2.5, \(\frac{3}{10}\) = 0.3, \(\frac{7}{20}\) = 0.35
দেখা গ’ল যে q ৰ মৌলিক উৎপাদকীকৰণত কেৱল 2 বা 5 ৰ ঘাত নাইবা দুয়োটাই আছে ।
SEBA Class 9 Maths Exercise 1.3 Q7.
তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত (অপৰিসমাপ্ত আৰু অপৌনঃপুনিক) ।
সমাধানঃ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত হোৱা তিনিটা সংখ্যা হ’ল-
0.202002000200002……….., 0.05005000500005…………., 0.15015001500015000015……….
SEBA Class 9 Maths Exercise 1.3 Q8.
\(\frac{5}{7}\) আৰু \(\frac{9}{11}\) ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা ।
সমাধানঃ
ইয়াত, \(\frac{5}{7}\) = \(0.\overline{714285}\) \(\frac{9}{11}\) = \(0.\overline{81}\)
∴ \(\frac{5}{7}\) আৰু \(\frac{9}{11}\) ৰ মাজত থকা তিনিটা অপৰিমেয় সংখ্যা হ’ল-
0.72072007200072000072…….,
0.75075007500075000075……,
0.78078007800078000078……
SEBA Class 9 Maths Exercise 1.3 Q9.
তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰাঃ
সমাধানঃ
(i) \(\sqrt{35}\)
\(⇒\) অপৰিমেয় সংখ্যা ।
(ii) \(\sqrt{225}\)
\(⇒\) পৰিমেয় সংখ্যা (কাৰণ, \(\sqrt{225}\) =15)।
(iii) 0.3796
\(⇒\) পৰিমেয় সংখ্যা (যিহেতু,দশমিক বিস্তৃতি পৰিসমাপ্ত)।
(iv) 7.478478………..
\(⇒\) পৰিমেয় সংখ্যা (যিহেতু, দশমিক বিস্তৃতি অবিৰত পৌনঃপুনিক)।
(v) 1.101001000100001……..
\(⇒\) অপৰিমেয় সংখ্যা (যিহেতু, দশমিক বিস্তৃতি অবিৰত অপুনৰাৱৰ্তিত) ।
Related Topics
- পুণৰালোচনা R-1
- পুণৰালোচনা R-2
- বহুপদ
- স্থানাংক জ্যামিতি
- দুটা চলকযুক্ত ৰৈখিক সমীকৰণ